আজি ২৫ আগষ্ট। আজিৰ দিনটোত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সেনানি আজাদ হিন্দ ফৌজৰ প্ৰথম গৰাকী বীৰ শ্বহীদ মেজৰ দূৰ্গা মল্ল ৰ আজি পূণ্য তিথি। অৰ্থাৎ বলিদান দিৱস হিচাপে পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চিলাপথাৰ গোৰ্খা ভৱনতো শ্বহীদ গৰাকীক হুৱৰি ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চিলাপথাৰ লাইন্স ক্লাৱৰ সহযোগত অনুষ্ঠিত কৰা হয় ৰক্তদান শিৱিৰ । প্ৰথমে বীৰ শ্বহীদ মেজৰ দূৰ্গা মল্ল প্ৰতিচ্ছবিত মাল্য অৰ্পণ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । তাৰ পিছতেই ৰক্তদান শিৱিৰ আৰম্ভ কৰা হয়। আজিৰ এই ৰক্তদান শিৱিৰত আগছুকে ধৰি ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে ৰক্তদান প্ৰদান কৰা দেখা যায় । প্ৰায় ৫০ জনৰো অধিক লোকে আজি ৰক্তদান প্ৰদান কৰে বুলি আগছুৰ ধেমাজি জিলা সভাপতি সোমৰাজ পুৰিয়ে জানিব দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নমাটি বাসন্তী পূজা শতবৰ্ষ মহোৎসৱত " নৱ প্ৰজন্মৰ ওপৰত আধ্যাত্মিকতাৰ প্ৰভাৱ " শীৰ্ষক আলোচনাচক্ৰ ও স্মৃতিগ্ৰন্থ উন্মোচন :
নলবাৰী জিলাৰ নাথকুছিত যোৱা ২২ মাৰ্চৰ পৰা দহদিনীয়া কাৰ্য্যসূচীৰে অনুস্হিত হোৱা নমাটি বাৰোৱাৰী...
ৱাৰিৱৰ্চৰ বস্ত্ৰ বেংকৰ শুভ উদ্বোধন
চৰাইদেউ জিলাৰ মৰাণ নগৰৰ সমীপৰ খুমটাই তিনিআলিত ৱাৰিৱৰ্চৰ এটি বস্ত্ৰ বেংক আৰম্ভ কৰা হয়। ইতিমধ্যে...
ડીસામાં બહુચરમાં વિશે ટીપ્પણી મામલે નાયબ કલેકટરને મોદી સમાજ દ્વારા આવેદનપત્ર આપ્યું
આદ્યશક્તિ દેવી બહુચર બાળા વિશે એક યુવકે અભદ્ર ટિપ્પણી કરતાં સમગ્ર માઈ ભક્તોમાં રોષ ફેલાયો છે....
हॉटस्पॉट चिन्हित कर अवैध खनन के खिलाफ कार्यवाही करें-जिला कलक्टर
जिला कलक्टर डॉ. रविन्द्र गोस्वामी ने निर्देश दिए कि अवैध खनन के हॉटस्पॉट चिन्हित कर प्रभावी...
Bihar Political Crisis Updates: नई सरकार बनाते ही एक्शन शुरू, भड़के Tejashwi Yadav ने दी चेतावनी
Bihar Political Crisis Updates: नई सरकार बनाते ही एक्शन शुरू, भड़के Tejashwi Yadav ने दी चेतावनी