লক্ষিমপুৰ ধুনাগুৰীৰ পৰা মাজুলী অভিমুখী আহি থকা ফেৰী লুইতৰ বালিচৰত  আবদ্ধ হয় ।

পুৱা ৯:৩০ বজাত লক্ষিমপুৰৰ পৰা মাজুলীৰ ধুনাগুৰি অভিমুখে আহিছিল ফেৰি খন 

এখন চাৰিচুকীয়া বাহন ২৫ খন বাইক আৰু ৫০ জনৰো অধিক যাত্ৰী আছিল ফেৰিখনত

প্ৰায় দুঘণ্টা ধৰি আৱদ্ধ ফেৰি খন ৷