ঠিকাদাৰে পথ মেৰামতি কৰা দুৰ্নিতিৰ।কাৰনে।মৰান সমষ্টিৰ।এটা পান্তুৰৰ লোকে ফল।ভোগ কৰিব লগা হৈছে। সমষ্টিটোৰ অন্তৰ্গগ খোৱাঙৰ শেনচোৱা পুখুৰী আৰু।শিলপোতা সংযোগী পথটো অতি জৰা জীৰ্ণ হৈ পৰিছে। দুবছৰ।মানৰ পূৰ্বে পকীকৰণ কৰাপথটোৰ।এচোৱাত এতিয়া একআঠু বোকা। কোটিৰো অধিক টকাৰে মেৰামতি কৰা পথটোৰ এই দুৰৱস্থাই ৰাইজক ক্ষোভিত কৰি তুলিছে। কেৱল ইমানেই নহয় পথটোত থকা পকী দলংখনৰ এটামুৰত থকা পথটোৰ এটা অংশ প্ৰায় খহি পৰিছে। যান-বাহন সমুহ বিপদ সংকুল ভাৱে পাৰাপাৰ হব লগা।হৈছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি পথটো ভাল দৰে মেৰামতি কৰিবলৈ ঠিকাদাৰক কাতৰ অনুৰোধ জনাইছিল যদিও ঠিকাদাৰে কণ্টপাত নকৰিলে।মৰান সমষ্টিৰ বিধায়ক জনৰ ঘনিষ্ঠ বুলি পৰিচিত ঠিকাদাৰ জনে ।কাকো কেৰেপ নকৰাৰ অভিযোগ উথ্বাপন কৰিছে ঠিকাদাৰ জনৰ বিৰুদ্ধে,।স্কুল কলেজৰ ছাত্ৰ -ছাত্ৰীৰ লগতে বহু যান-বাহন চলাচল।কৰা পথটো জৰাজীৰ্ণ হৈপৰাত অঞ্চল বাসী চিন্তিত হৈ পৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Congress ने Y. S. Sharmila को Andhra Pradesh पीसीसी चीफ नियुक्त किया | Aaj Tak
Breaking News: Congress ने Y. S. Sharmila को Andhra Pradesh पीसीसी चीफ नियुक्त किया | Aaj Tak
কৃষকৰ উন্নতি মানেই দলগাঁও সমষ্টিৰ উন্নতি
কৃষকৰ উন্নতি মানেই দলগাঁও সমষ্টিৰ উন্নতি
Snake Recovered, Bagari Gaon Village at Dhakuakhana
ঢকুৱাখনাৰ বগৰী গাঁৱত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
सोनारी में सुधाकंठ की जन्म जयंती पालन
सुधाकंठ डॉ. भूपेन हजारिका की 96तम् जन्म जयंती आज चराईदेव जिला के विभिन्न स्थानों में पालन की...
ગાંધીનગર ખાતે લસણના પોષણસમ ભાવ મુદ્દે લસણ વિનામૂલ્ય વિતરણ કરી અનોખો વિરોધ નોંધાવ્યો
ગાંધીનગર ખાતે લસણના પોષણસમ ભાવ મુદ્દે લસણ વિનામૂલ્ય વિતરણ કરી અનોખો વિરોધ નોંધાવ્યો