ৰাজ্যিক কেবিনেটে গৰিয়া,মৰিয়া, দেশী,জলহা আৰু চৈয়দ সম্প্ৰদায়ক খিলঞ্জীয়াৰ মৰ্যদা।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা প্ৰকাশ গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ''অস্তিত্বৰ সংকটত পৰা এই ৫ টা সম্প্ৰদায়ক বিজেপি চৰকাৰে উচিত মৰ্যদা দিলে।