ৰঙিয়াত জিলা ক্ৰীড়া সন্থাৰ স্পৰ্টছ একাডেমীৰ আধাৰশিলা স্থাপন কাৰ্যসূচী আজি অনুষ্ঠিত হয় ।ৰাজ্য সভাৰ সাংসদ তথা ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ সভাপতি ভুৱনেশ্বৰ কলিতাই সাংসদ পুঁজিৰ পৰা আবন্টন দিয়া দহলাখ টকা ব্যয় সাপেক্ষে ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ স্পৰ্টছ একাডেমী আধাৰশিলা স্থাপন কৰা হয় । উক্ত অনুষ্ঠানত জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সম্পাদক মুকুতানন্দ ভট্টাচার্য্যৰ লগতে সমূহ বিষয়ববীয়া, সদস্যৰ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पायलट का 47 वा जन्मदिन के मौके पर गौ-सेवा संकल्प दिवस के रुप में मनाया*
*पायलट का 47 वा जन्मदिन के मौके पर गौ-सेवा संकल्प दिवस के रुप में मनाया*
*कांग्रेस नेता...
Gurmeet Ram Rahim को Jail से बाहर कौन लाया? LT Show| Rajasthan election 2023
Gurmeet Ram Rahim को Jail से बाहर कौन लाया? LT Show| Rajasthan election 2023