কংগ্ৰেছত অব্যাহত আছে খহনীয়া। কংগ্ৰেছ নেতৃত্বই দলৰ ভেটি শক্তিশালী কৰিবলৈ ন ন কৌশল অৱলম্বন কৰিছে যদিও সফল হ'ব পৰানাই।বহুকেইজন কংগ্ৰেছ দলৰ বিধায়কে দল এৰি বিজেপিত যোগদান কৰিব বুলি চৰ্চাত থকাৰ।সময়তে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত কংগ্ৰেছ এৰিলে বহু কেইজন জিলা পৰ্য্যায়ৰ নেতাসহ বহু কংগ্ৰেছীয়ে। চৰাইদেউ জিলাৰ মাহমৰা মিলন গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত অনুষ্ঠিত যোগদান কাৰ্য্যসূচীত মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ তিনি শতাধিখ কৰ্মীয়ে। মাহমৰা।সমষ্টিৰ যুৱ কংগ্ৰেছৰ উপসভাপতি তথা চৰাইদেউ জিলাৰ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বিনোদ শৰ্মৰ নেতৃত্বত জিলাপৰ্য্যায়ৰ বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰাৰ লগতে অসম জাতীয় পৰিষদৰ মাহমৰা সমষ্টিৰ সভাপতি অৱনী বৰুৱাৰ নেতৃত্বত বিজেপিত যোগদান কৰিলে পৰিষদৰ কৰ্মীয়ে। বিজেপিত যোগদান কৰিয়েই মাহমৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উপসভাপতি বিনোদ শৰ্মাই কয় যে ৰাইজে এতিয়া কংগ্ৰেছক আঁকোৱালি ল'ব বিচৰা।নাই। উন্নয়নৰ স্বাৰ্থত তেওলোকে বিজেপিত যোগদান কৰি ৰাইজৰ সেৱা কৰি যাব।তেঁও কয়যে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰমোদী আৰু অসমৰ মুখ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মৰ কাম কাজত।সন্তুষ্ট হৈ চৰকাৰৰ পৰিবৰ্তন দেখি বিজেেপিত যোগদান কৰিবলৈ ৰাইজ ওলাই আহিছে বুলি মন্ত্ৰী যোগেন মহনে সাংবাদিকৰ আগত কয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Exclusive | Vodafone Idea को मिली राहत, पैसा लगाने के लिए तैयार बड़े निवेशक, कितनी फंडिंग का है ऑफर?
Exclusive | Vodafone Idea को मिली राहत, पैसा लगाने के लिए तैयार बड़े निवेशक, कितनी फंडिंग का है ऑफर?
नदी में डूबने से एक 11 वर्षीय बालक की मौत
नदी में डूबने से एक 11 वर्षीय बालक की मौत
रमगढा मे नदी में डूबने से एक 11 वर्षीय बालक की...
मां वाउचर योजना के तहत गर्भवती की होगी फ्री सोनोग्राफी
मां वाउचर योजना के तहत गर्भवती की होगी फ्री सोनोग्राफी
बून्दी । ...
हरियाणा चुनाव में साइलेंट वोटर्स ने प्रमुख भूमिका निभाई, रिजल्ट आने पर बोले मनोहर लाल खट्टर
हरियाणा में विधानसभा चुनाव में 48 सीटों के साथ भाजपा द्वारा लगातार तीसरी बार ऐतिहासिक जीत हासिल...
Madhya Pradesh: Uma Bharati Jan Ashirwad Yatra में नजरअंदाज किए जाने से दुखी
Madhya Pradesh: Uma Bharati Jan Ashirwad Yatra में नजरअंदाज किए जाने से दुखी