কংগ্ৰেছত অব্যাহত আছে খহনীয়া। কংগ্ৰেছ নেতৃত্বই দলৰ ভেটি শক্তিশালী কৰিবলৈ ন ন কৌশল অৱলম্বন কৰিছে যদিও সফল হ'ব পৰানাই।বহুকেইজন কংগ্ৰেছ দলৰ বিধায়কে দল এৰি বিজেপিত যোগদান কৰিব বুলি চৰ্চাত থকাৰ।সময়তে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত কংগ্ৰেছ এৰিলে বহু কেইজন জিলা পৰ্য্যায়ৰ নেতাসহ বহু কংগ্ৰেছীয়ে। চৰাইদেউ জিলাৰ মাহমৰা মিলন গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত অনুষ্ঠিত যোগদান কাৰ্য্যসূচীত মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ তিনি শতাধিখ কৰ্মীয়ে। মাহমৰা।সমষ্টিৰ যুৱ কংগ্ৰেছৰ উপসভাপতি তথা চৰাইদেউ জিলাৰ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বিনোদ শৰ্মৰ নেতৃত্বত জিলাপৰ্য্যায়ৰ বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰাৰ লগতে অসম জাতীয় পৰিষদৰ মাহমৰা সমষ্টিৰ সভাপতি অৱনী বৰুৱাৰ নেতৃত্বত বিজেপিত যোগদান কৰিলে পৰিষদৰ কৰ্মীয়ে। বিজেপিত যোগদান কৰিয়েই মাহমৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উপসভাপতি বিনোদ শৰ্মাই কয় যে ৰাইজে এতিয়া কংগ্ৰেছক আঁকোৱালি ল'ব বিচৰা।নাই। উন্নয়নৰ স্বাৰ্থত তেওলোকে বিজেপিত যোগদান কৰি ৰাইজৰ সেৱা কৰি যাব।তেঁও কয়যে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰমোদী আৰু অসমৰ মুখ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মৰ কাম কাজত।সন্তুষ্ট হৈ চৰকাৰৰ পৰিবৰ্তন দেখি বিজেেপিত যোগদান কৰিবলৈ ৰাইজ ওলাই আহিছে বুলি মন্ত্ৰী যোগেন মহনে সাংবাদিকৰ আগত কয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જાણવા જેવી વાત... Gst લગાવી મોંઘવારી વધાવી, જનતા ના પેસે થી મોજ કરવો, ખોટા ખર્ચા કરવા... ક્યા સુધી ચાલશે...? અને ઉદ્યોગપતિ ની લોનો માફ..કેમ.?
લોકોને લાચારીનો અહેસાસ કરાવવા જ વડાપ્રધાન ભવ્ય રોડ-શો/ અતિ ભવ્યસભાઓ યોજતા હશે?
ઈલેકશન આવે ત્યારે...
Diwali 2024: कुम्हारों का दिवाली के बिज़नेस में उतार-चढ़ाव, मिट्टी के दीये बनाना में कई चुनौतियां
Diwali 2024: कुम्हारों का दिवाली के बिज़नेस में उतार-चढ़ाव, मिट्टी के दीये बनाना में कई चुनौतियां
Miss Universe में बड़ा बदलाव, मैरिड वीमेंस भी बन सकेंगी मिस यूनिवर्स | #Entertainment
Miss Universe में बड़ा बदलाव, मैरिड वीमेंस भी बन सकेंगी मिस यूनिवर्स #Entertainment
विदर्भातील पूर व अतिवृष्टीग्रस्त भागाचा पाहणी दौरा
विदर्भातील पूर व अतिवृष्टीग्रस्त भागाचा पाहणी दौरा
Rajya Sabha Election Voting से पहले Akhilesh Yadav के साथ BJP का खेला! MLA करेंगे Cross Voting?
Rajya Sabha Election Voting से पहले Akhilesh Yadav के साथ BJP का खेला! MLA करेंगे Cross Voting?