দুধনৈত বন্যহস্তীৰ জাকে নষ্ট কৰিলে ধান খেতি।

গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে দুধনৈতো বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে ৷ দিনতে হাতীৰ এটা জাকে পথাৰত নামি কৃষকৰ খেতি নষ্ট কৰে ৷ যাৰ বাবে এতিয়া মূৰে কঁপালে হাত দিব লগা হৈছে খেতিয়ক সকলে ৷