এক হৃদয় বিদাৰক কাহিনী৷ ৪টি শিশুৰ কাহিনী শুনিলে চকু সেমেকি উঠিব৷ দিব্যাংগ ভনীয়েকক লৈ তিনি কনমানি ঢেকীয়াজুলিৰ পৰা তেজপুৰত উপস্থিত হল৷ শিশু কেইটাৰ পিতৃ গনেশ ঘাটোৱাৰে কিছুদিন পুৰ্বে আত্মহত্যা কৰিছে৷ মাক লতা ঘটোৱাৰ আনলৈ পলাই গল৷ শিশু ৪ টা ই আশ্ৰয় ললে খুড়াক খুড়ীয়েকৰ ঘৰত৷ কিন্ত খুড়াকৰ ঘৰতো চলিল শিশু কেইটা ৰ ওপৰত অত্যাচাৰ৷ নিদিয়ে খাবলৈ আৰু লগতে দিব্যাংগ শিশুটিক মাৰধৰ কৰে৷ অবশেষত তিনি ভাতৃয়ে ভনীয়েকক লৈ তেজপুৰ পালেহি৷ তেজপুৰৰ নৱপ্ৰভাত অনাথ আশ্ৰমত আশ্ৰয় বিছাৰিলে৷ আশ্ৰম কতৃপক্ষই শোনিতপুৰ শিশু কল্যাণ সমিতিক শিশু কেইটা গতাই দিয়াত দিব্যাংগ শিশুটিক নগাওঁলৈ প্ৰেৰন কৰাৰ লগতে বাকী তিনিটি শিশুক অনাথ আশ্ৰমত ৰখাৰ ব্যবস্থা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Anura Kumara Dissanayake बने Sri Lanka के नए राष्ट्रपति, बोले- ये नई शुरुआत (BBC Hindi)
Anura Kumara Dissanayake बने Sri Lanka के नए राष्ट्रपति, बोले- ये नई शुरुआत (BBC Hindi)
মৰাণত হিতাধিকাৰী আৰু ৱাৰ্ড সদস্যাৰ কেমেৰাৰ সন্মুখত তুমুল বাক-বিতণ্ডা
মৰিণত হিতাধিকাৰী আৰু ৱাৰ্ড সদস্যাৰ (ঠিকাদাৰ) কেমেৰাৰ সন্মুখত তুমুল বাক-বিতণ্ডা
મોટીબેજ ગામેથી વિદેશી દારૂ તેમજ ચોરીની ચાર બાઈકો સાથે મધ્યપ્રદેશના બે આરોપીની પાવીજેતપુર પોલીસે કરેલી ધરપકડ
પાવીજેતપુર તાલુકાના મોટીબેજ ગામે રાત્રિ દરમિયાન પાવીજેતપુર પોલીસ દ્વારા ૬૯૦૦૦/- નો વિદેશી દારૂ...
बिहार, बंगाल के बाद झारखंड में भी रामनवमी जुलूस के दौरान भड़की हिंसा, जमकर हुई पत्थरबाजी; कई घायल
नई दिल्ली, रामनवमी पर हुई हिंसा की आग बंगाल और बिहार के बाद अब झारखंड तक पहुंच गई...