১/ কাগজ কোনে উদ্ভাবন কৰিছিল ?
উ:- চাই লুণ
২/ ছপাকলৰ উদ্ভাৱক কোন ?
উ:- জ'হান্ ছ গুটেনবাৰ্গ
৩/ ছেফটি পিন কোনে আবিস্কাৰ কৰিছিল
উ:- ৱাল্টাৰ হান্ট
৪/ ষ্টেথ'স্ক'পৰ উদ্ভাৱক কোন ?
উ:- ৰেণে লেইনেক
৫/ ৰে'লৰ ভাপ ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল
উ:- জৰ্জ ষ্টিফেনছন
৬/ টেলিফোন কোনে উদ্ভাবন কৰিছিল ?
উ:- আলেকজেণ্ডাৰ গ্ৰাহাম বেল
৭/ টেলিভিছনৰ উদ্ভাবক কোন ?
উ:- ফিল'ফ্ৰাণ্সৱ'ৰ্থ আৰু চাৰ্লছ ফ্ৰানচিছ জেনকিণ্স।
৮/ থাৰ্ম'ফ্লাক্স উদ্ভাবক কোন ?
উ:- জেম্ ছ ডিৱাৰ
৯/ টাইপৰাইটাৰৰ উদ্ভাবক কোন ?
উ:- ক্ৰিষ্ট'ফাৰ লাথমেন শ্ব'ল্ ছ
১০/ এক্স-ৰেৰ উদ্ভাবক কোন ?
উ:- ৱিলহেল্ম ৰ'ৱেণ্টজেন