সোণাৰিত মূল্যবৃদ্ধি সন্দৰ্ভত ছত্তিশগড়ৰ সংসদীয় সচিব তথা AICCৰ সম্পাদক বিকাশ উপাধ্যায়ৰ কাৰ্যসূচী। এই কাৰ্যসূচীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক উৎপল গগৈ, সুৰুজ দিহিঙীয়াৰ লগতে চৰাইদেউ জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে।
সোণাৰিত মূল্যবৃদ্ধি সন্দৰ্ভত ছত্তিশগড়ৰ সংসদীয় সচিব তথা AICCৰ সম্পাদক বিকাশ উপাধ্যায়ৰ কাৰ্যসূচী

