গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। বন্যহস্তীৰ এনে উপদ্ৰৱৰ মাজতে বনৰীয়া হাতীৰ এটা জাকে ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ তথা ধূপধৰাৰ সমীপৰ মাছলাম গাঁৱত কালি নিশা প্ৰৱেশ কৰি বিস্তৰ ক্ষতিসাধন কৰে। জানিব পৰামতে বনৰীয়া হাতীৰ চাৰিজনীয়া এটা জাকে গাঁৱখনৰ একলব্য ৰাভা নামৰ লোকজনৰ এটা বাসগৃহ ভাঙি ক্ষতিসাধন কৰাৰ উপৰি ঘৰত মজুত কৰি ৰখা ধান-চাউল খাই তহিলং কৰে ৷ বনৰীয়া হাতীৰ জাকটোৱে পথাৰৰ কঁঠিয়াসমূহৰো ক্ষতিসাধন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CAA Notification News: देशभर में CAA लागू होने के बाद क्या बोले Amit Shah? | Aaj Tak
CAA Notification News: देशभर में CAA लागू होने के बाद क्या बोले Amit Shah? | Aaj Tak
INAUGURAL CEREMONY OF PENSION SEWA KENDRA AT UDALGURI.
PHE Department. Government of Assam Sjt. Jayanta Malla Baruah speaks at inaugural ceremony -...