নামনি অসমৰ অন্যতম পূজাস্থলী অভয়াপুৰী সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিয়ে এইবাৰ ৬৬সংখ্যক দুৰ্গাপূজা পালন কৰিব ৷ ইতিমধ্যে উদয় শংকৰ কলিতাক সভাপতি, দিনেশ সৰকাৰক কাৰ্যকৰী সভাপতি, অজিত সাহা, উৎপল নাথ, বিক্ৰম ৰঞ্জন ৰয়, অপূৰ্ব চৌধুৰীক উপ সভাপতি, অমৰজ্যোতি দাস আৰু সঞ্জীৱ মজুমদাৰক যুটীয়া সম্পাদক, অভিজিৎ ৰায়, খনীন ৰায়, মানৱজ্যোতি বৰ্মন আৰু ধনঞ্জয় অধিকাৰীক সহ সম্পাদক আৰু শ্যামল সাহাক কোষাধ্যক্ষ হিচাবে লৈ এখন শক্তিশালী কমিটি গঠন কৰা হৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બગસરા ના મોટા મુજયાસર ગામે તીરંગા યાત્રા યોજવામાં આવી
બગસરા ના મોટા મુજયાસર ગામે તીરંગા યાત્રા યોજવામાં આવી બગસરા તાલુકા ભાજપ ની આગેવાનીમાં યોજાઇ...
Chandryaan-3: तो ऐसे चांद पर उतरेगा चंद्रयान-3, आखिरी 15 मिनट अहम और रोमांचक, 4 फेज में होगी लैंडिंग
Chandryaan-3: तो ऐसे चांद पर उतरेगा चंद्रयान-3, आखिरी 15 मिनट अहम और रोमांचक, 4 फेज में होगी लैंडिंग
ভাৰতীয় বন সেৱাৰ ৫৪ নং বেটচৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলক সম্বোধন কৰি উপ-সভাপতি জগদীপ ধনখৰৰ মন্তব্য
ভাৰতীয় বন সেৱাৰ ৫৪ নং বেটচৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলক সম্বোধন কৰি উপ-সভাপতি জগদীপ ধনখৰৰ মন্তব্য,...
माहेश्वरी भवन में आयोजित श्रीमद् भागवत कथा की हवन के साथ हुई पूर्णाहूति
माहेश्वरी भवन में आयोजित श्रीमद् भागवत कथा की सोमवार को हवन पूजन व महाप्रसादी के साथ पूर्णाहूति...
#ChotaUdepur | છોટાઉદેપુર લોકલ ક્રાઇમ બ્રાન્ચે જુગાર રમતા ૧૯ ઇસમો ઝડપ્યા | Divyang News
#ChotaUdepur | છોટાઉદેપુર લોકલ ક્રાઇમ બ્રાન્ચે જુગાર રમતા ૧૯ ઇસમો ઝડપ્યા | Divyang News