এইজিচিএলৰ গোলাঘাট জিলাৰ তেতেলিতল গ্ৰিড উপ-কেন্দ্ৰ(১৩২ কেভিএ)ৰ অধীনৰ শক্তি ট্ৰেঞ্চফৰ্মাৰৰ ক্ষমতা বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ২২ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ এপিডিচিএলৰ গোলাঘাট বৈদ্যুতিক উপ-সংমণ্ডল-২ৰ অধীনৰ ৩৩/১১কেভিএ ক্ষমতাযুক্ত কমাৰবন্ধা উপ-কেন্দ্ৰ, জোনাকী নগৰ উপ-কেন্দ্ৰ, গণকপুখুৰী উপ-কেন্দ্ৰ, লেতেকু উপ-কেন্দ্ৰ আৰু ফলঙনি উপ-কেন্দ্ৰৰ আটাইকেইটা ফিদাৰতে বিদ্যুতৰ সৰ্বাধিক ব্যৱহাৰৰ সময়চোৱাত (সন্ধিয়া ৬ বজাৰ পৰা ১০ বজালৈ) লোড শ্বেডিং হোৱাৰ আশংকা আছে । এপিডিচিএল, ইউএআৰৰ গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধকে এই সম্পৰ্কে এক জাননী জাৰী কৰিছে । সেই অনুসৰি লোড শ্বেডিঙৰ সময়ত প্ৰভাৱিত হ'বলগীয়া এলেকাসমূহ হ'ল কমাৰবন্ধা, কছাৰীহাট, ৰাইডিঙীয়া, বচাকুমাৰ গাঁও, জোনাকী নগৰ, কাবৰু গাঁও, কচুগাঁও, পুলিবৰ, বগৰিজেং, ত্ৰিবেণী, হাতীয়েখোৱা, কাকডোঙা, মহিমা, দোলাষৰীয়া, দক্ষিণহেংগেৰা, নৰাকোঁৱৰ, শালমৰা, আধাৰসত্ৰ, দৰিয়া, গোলামপট্টি, যোগিবাৰী, গণক পুখুৰী, ঢেকিয়াল, মৰঙী, বকীয়াল, লেতেকুজান, ফলঙনী, বগীজান, ৰঙাজান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ । এই সময়চোৱাত কাছমাৰি উপ-কেন্দ্ৰৰ অধীনৰ কেতবোৰ অঞ্চলো প্ৰভাৱিত হোৱাৰ আশংকা আছে । বিদ্যুৎ বিভাগে এই দিনকেইটাত উপভোক্তাসকলক বিভাগৰ সৈতে সহযোগ কৰিবলৈ আহ্বান জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાવીજેતપુર તાલુકાના બાર ગામે બાઈક ચાલક યુવાનનું રોડ ઉપર સ્લીપ ખાતા સારવાર દરમિયાન મોત
પાવીજેતપુર તાલુકાના બાર ગામે બાઈક ચાલક યુવાનનું રોડ ઉપર સ્લીપ ખાતા સારવાર દરમિયાન મોત
...
જંબુસર એસટી ડેપોમાં ઓફિસમાંકેટલીક જગ્યા ઉપર પોપડા નીકળ્યા તેવાવીડિયોમાં દ્રશ્ય કેદ થયા.
જંબુસર એસટી ડેપોમાં ઓફિસમાંકેટલીક જગ્યા ઉપર પોપડા નીકળ્યા તેવાવીડિયોમાં દ્રશ્ય કેદ થયા.
Battery Saving Tips: बस एक क्लिक और घंटों चलगी Smartphone की बैटरी, आप भी करें इस जादुई सेटिंग का इस्तेमाल
क्या आप जानते हैं स्मार्टफोन की बैटरी को एक क्लिक भर से घंटों तक बढ़ाया जा सकता है। जी हां हम...
आँपरेशन साइबर स्ट्राईक: बूंदी पुलिस ने मालिको को लौटाये 15 लाख रुपये कीमत के 60 मोबाईल, जिले की साइबर थाना पुलिस को मिली बडी कामयाबी
बून्दी। पुलिस अधीक्षक हनुमान प्रसाद ने बताया की आँपरेशन साइबर स्ट्राईक के तहत जिले मे चोरी एवं...
લોકલાડીલા ધારાસભ્ય શ્રી દેવાભાઈ માલમે નગીચાણા પે સેન્ટર શાળાની કરી મુલાકાત
લોકલાડીલા ધારાસભ્ય શ્રી દેવાભાઈ માલમ નગીચાણા પે સેન્ટર શાળા ની સરપ્રાઈઝ મુલાકાતે
આજ રોજ...