এইজিচিএলৰ গোলাঘাট জিলাৰ তেতেলিতল গ্ৰিড উপ-কেন্দ্ৰ(১৩২ কেভিএ)ৰ অধীনৰ শক্তি ট্ৰেঞ্চফৰ্মাৰৰ ক্ষমতা বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ২২ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ এপিডিচিএলৰ গোলাঘাট বৈদ্যুতিক উপ-সংমণ্ডল-২ৰ অধীনৰ ৩৩/১১কেভিএ ক্ষমতাযুক্ত কমাৰবন্ধা উপ-কেন্দ্ৰ, জোনাকী নগৰ উপ-কেন্দ্ৰ, গণকপুখুৰী উপ-কেন্দ্ৰ, লেতেকু উপ-কেন্দ্ৰ আৰু ফলঙনি উপ-কেন্দ্ৰৰ আটাইকেইটা ফিদাৰতে বিদ্যুতৰ সৰ্বাধিক ব্যৱহাৰৰ সময়চোৱাত (সন্ধিয়া ৬ বজাৰ পৰা ১০ বজালৈ) লোড শ্বেডিং হোৱাৰ আশংকা আছে । এপিডিচিএল, ইউএআৰৰ গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধকে এই সম্পৰ্কে এক জাননী জাৰী কৰিছে । সেই অনুসৰি লোড শ্বেডিঙৰ সময়ত প্ৰভাৱিত হ'বলগীয়া এলেকাসমূহ হ'ল কমাৰবন্ধা, কছাৰীহাট, ৰাইডিঙীয়া, বচাকুমাৰ গাঁও, জোনাকী নগৰ, কাবৰু গাঁও, কচুগাঁও, পুলিবৰ, বগৰিজেং, ত্ৰিবেণী, হাতীয়েখোৱা, কাকডোঙা, মহিমা, দোলাষৰীয়া, দক্ষিণহেংগেৰা, নৰাকোঁৱৰ, শালমৰা, আধাৰসত্ৰ, দৰিয়া, গোলামপট্টি, যোগিবাৰী, গণক পুখুৰী, ঢেকিয়াল, মৰঙী, বকীয়াল, লেতেকুজান, ফলঙনী, বগীজান, ৰঙাজান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ । এই সময়চোৱাত কাছমাৰি উপ-কেন্দ্ৰৰ অধীনৰ কেতবোৰ অঞ্চলো প্ৰভাৱিত হোৱাৰ আশংকা আছে । বিদ্যুৎ বিভাগে এই দিনকেইটাত উপভোক্তাসকলক বিভাগৰ সৈতে সহযোগ কৰিবলৈ আহ্বান জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Goa: कैंडोलिम बीच पर तीन महिलाएं दे रही थीं मसाज सेवाएं, पुलिस ने दर्ज किया केस; पहले भी दी थी चेतावनी
पणजी। गोवा पुलिस ने सोमवार को तीन महिलाओं के खिलाफ कैंडोलिम बीच पर सक्षम प्राधिकारी से...
'21 फरवरी.. दिल्ली में', ठंडे पड़ते Farmers Protest के बीच इस ऐलान ने हलचल तेज क्यों कर दी?
'21 फरवरी.. दिल्ली में', ठंडे पड़ते Farmers Protest के बीच इस ऐलान ने हलचल तेज क्यों कर दी?
যুৱতী মৃতদেহ উদ্ধাৰ
শিৱসাগৰ জিলাৰ বকতা দিহিঙীয়া গাঁৱত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ । দিচাং নদীত উটি অহা মৃতদেহ...
कोतवाली थाना पुलिस बून्दी ने चोरी की हुई मोटरसाइकिल के साथ एक आरोपी को किया गिरफ्तार
बूंदी
फ़रीद खान
मोटरसाइकिल चोरी के मामले में एक आरोपी किया गिरफ्तार चोरी की मोटरसाइकिल की...
બાબરા તાલુકાના રાણપર ગામ નજીકથી જોબાટ તાલુકાના ઉમરીકનવાડા ગામના પહાડસિંહ વેસ્તાભાઇ વાસ્કલ,નામના પરપ્રાંતીય ઇસમને દેશી કટ્ટા,તમંચા (અગ્નિશસ્ત્ર) સાથે પકડી પાડતી અમરેલી એલ.સી.બી.પોલીસ ટીમ.
ભાવનગર રેન્જના જિલ્લાઓમાં કાયદો અને વ્યવસ્થાની પરિસ્થિતિ જળવાઇ રહે તેવા હેતુસર ગેરકાયદેસર હથિયારો...