হাজোৰ ৰামদিয়াৰ  মিলপাৰাত আজি এটা  বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ ।৷

ৰামদিয়াৰ আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত বিষয়া যাদব শৰ্মাৰ তৎপৰতাত কাছটো উদ্ধাৰ হয় ৷

মিলপাৰাৰ গেন্ধেলীটাৰী কালজল নৈত উদ্ধাৰ হয় কাছটো ৷ ইতিমধ্যে কাছটো বনবিভাগক চমজাই দিয়া হৈছে ৷