যিসকল ই-ৰিক্সাৰ গৰাকীয়ে ঘৰুৱা বিদ্যুত সংযোগ ব্যৱহাৰ কৰি ই-ৰিক্সা চাৰ্জ দি আছে তেওঁলোকে এতিয়াৰে পৰা আৰু নোৱাৰিব৷ইয়াৰ বাবে অন্য সংযোগৰ ব্যৱস্থা কৰিব লাগিব৷ইতিমধ্যে ৰহা বিদ্যুত উপসংমণ্ডলৰ সকলো গ্ৰাহকক জাননী যোগে এই কথা স্পষ্ট কৰি দিছে৷জাননী খনত ই-ৰিক্সাৰ চাৰ্জৰ বাবে Lt Electric vehicle charging শ্ৰেণীৰ অতিৰিক্ত সংযোগ কৰিব লাগিব৷অন্যথা ভাৰতীয় বিদ্যুত আইনৰ ১২৬ আইন মতে APDCL য়ে বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকিয়াই দিছে৷উল্লেখ্য যে অকল ৰহাই নহয় সমগ্ৰ ৰাজ্যত উক্ত ব্যবস্থা বলবৎ হব বুলি জানিব পৰা গৈছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
What is the row around UK PM Rishi Sunak, wife Akshata Murthy, and Koru Kids
The UK Parliament’s standards watchdog has opened an investigation into Prime...
દાહોદ જિલ્લા પ્રમુખ શીતલબેન વાઘેલા એ ઝાલોદ ના ગણેશમંડળો ની મુલાકાત લઈ દર્શન કર્યા
દાહોદ જિલ્લા પ્રમુખ શીતલબેન વાઘેલા એ ઝાલોદ ના ગણેશમંડળો ની મુલાકત લઈ દર્શન કર્યા
પ્રથમ...
Virat Kohli: The talking point of the Asia Cup
Everyone who watches cricket across the globe knows Virat Kohli, called King Kohli. If he...
Auto Shares Rally Reason: क्यों दिखी Auto Shares में तेजी, Festive Season में कैसी रही सेल?
Auto Shares Rally Reason: क्यों दिखी Auto Shares में तेजी, Festive Season में कैसी रही सेल?