মৰিগাঁও জিলা আইন সেৱা প্ৰধিকৰণৰ সজাগতা সভা। সাংবাদিক সকলে সংবাদ পৰিবেশন কৰোঁতে আইন সংগত দিশ সমূহৰ ক্ষেত্ৰত সততে জ্ঞাত আৰু সজাগ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা আইন সেৱা প্ৰাধিকৰণে জিলা খনৰ সকলো সংবাদকৰ্মীকে লৈ কলা বিথিকাত অনুষ্ঠিত কৰে আইন সম্পৰ্কীয় সজাগতা সভা । প্ৰধিকৰণৰ সচিব এচ এফ এ জীন্নতৰ উদ্যোগত অনুষ্ঠিত সভাত উপস্থিত সংবাদ কৰ্মী সকলৰ লগত মত বিনিময় কৰে কেইবাগৰাকীও বিশিষ্ট আইনজ্ঞই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભરૂચમાં પોલીસ હેડ ક્વાટર ખાતે શસ્ત્રપૂજાનો કાર્યક્રમ
#buletinindia #gujarat #bharuch
Bihar Election: Siwan Lok Sabha Seat में चुनावी जंग इतनी रोचक कैसे हो गई? (BBC Hindi)
Bihar Election: Siwan Lok Sabha Seat में चुनावी जंग इतनी रोचक कैसे हो गई? (BBC Hindi)
Insurance Policy पर आसानी से मिल सकता है लोन, लेकिन इन बातों का रखें ध्यान; नहीं तो बर्बाद हो जाएगी आपकी रकम
नई दिल्ली, बिजनेस डेस्क: हम भारतीयों की एक खास आदत होती है। वो है अपने परिवार से प्यार...