এতিয়াৰে পৰা ই ৰিক্সা চালকে ঘৰুৱা সংযোগৰ বিদ্যুত  ব্যৱহাৰ কৰি চাৰ্জ দিব নোবাৰিব  ই ৰিক্সা সমূহ ৷

ই ৰিক্সা চাৰ্জ দিয়াৰ বাবে APDCL ত নতুনকৈ আবেদন কৰিব লাগিব 

অন্যথা ভৰিব লাগিব জৰিমনা