নাহৰকটীয়া বাঘমৰা গাঁওৰ সমবায় সমিতিৰ চাউলৰ চোৰাং ঘাটি উৎখাত । দৰিদ্ৰ জনতাৰ বাবে অহা চাউলৰ ৰিপেকেজিং কৰি অৰুণাচলত সৰবৰাহকৰীবলৈ লওতেই আৰক্ষীয়ে জব্দ কৰে চাউলখিনি আৰু তিনি জনক গ্ৰেপ্তাৰ কৰে । ধৃত অমিত সাহ, সুনিল সাহ, আৰু সুমিত সাহ বৰ্তমান জয়পুৰ আৰক্ষীৰ জিম্মাত।