বজালীৰ সু-সন্তান ভাৰত ভূষণ দেৱ চৌধুৰীক অসম লোক সেৱা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি ।

বজালিৰ স্নাতকোত্তৰ প্ৰথমজন অসমীয়া কামেশ্বৰ দাস লোক সেৱা আয়োগৰ অধ্যক্ষ হোৱাৰ প্ৰায় ৭২বছৰ পিছত পুনৰ বজালিলৈ সু-খবৰ কঢ়িয়াই আনিছে ।

বজালিৰ পাটাছাৰকুচি নিবাসী ভাৰত ভূষণ দেৱ চৌধুৰী ক চৰকাৰে শেহতীয়াকৈ অসম লোক সেৱা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি দিয়াৰ পিছত উৎফুল্লিত হৈ উঠিছে সমগ্ৰ বজালিবাসী ।

আমাৰ ফালৰ পৰাও ভাৰত ভূষণ দেৱ চৌধুৰী ক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।।