দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কামকাজৰ প্ৰতি মানুহ সন্তুষ্ট হৈছে। চৰকাৰৰ পৰিবৰ্তন দেখি এইদৰে বিজেপিত যোগদান কৰিবলৈ ৰাইজ ওলাই আহিছে বুলি যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী যোগেন মহনে সংবাদিকৰ আগত কয়। মুঠৰ ওপৰত চৰাইদেউ জিলাৰ মাহমৰাত এতিয়া ক্ৰমাত অস্তিত্বহীন হোৱাৰ দিশে গতি কৰিছে কংগ্ৰেছ ।