মাজুলীৰ জেংৰাইমূখত ৫৪ সংখ্যক গাওঁৰক্ষী বাহিনী স্মৃতি দিৱস দিনযোৰা গীতা পাঠেৰে উদযাপন কৰা হয় । স্বাধীনতা সংগ্ৰামী , সমাজ সংস্কাৰক হৰিনাৰায়ণ বৰুৱাৰ ৫৪ সংখ্যক স্মৃতি দিৱস জেংৰাইমুখ থানাৰ ১৩৯ খন গাঁওৰক্ষী বাহিনীৰ সহযোগত অনুষ্ঠিত হয় ৷ এই উপলক্ষে নাম প্ৰসংগ ত নামাৰ্চয আছিল নৱজ্যোতি মহন্ত ৷ গীতা পাঠৰ শুভাৰম্ভৰ পূবে অনুষ্ঠিত আয়ম্বৰপূৰ্ণ সভাত গাঁওৰক্ষী বাহিনীৰ ৰাজ্যৰ মুখ্য উপদেষ্টা ৰঞ্জিত মজুমদাৰ , মাজুলীৰ উপদেষ্টা মনোজ বৰা , জেংৰাইমুখ থানাৰ ভাৰপ্ৰাপ্ত বিষক্ষা দীলিপ চুতিয়া কে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷ পুৱা ১০ বজাৰ পৰা বিয়লি পাঁচ বজালৈকে গীতা পাঠ চলি থকা পৰিলক্ষিত হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Assam Rifles Children day
ASSAM RIFLES ORGANISE CHILDREN'S DAY CELEBRATION AT ASSAM RIFLES HIGH SCHOOL, LOKRA
...
টিংৰাইত আয়োজন কৰা শ্ৰীশ্ৰী গণেশ পূজা মহোৎসৱ স্থলীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী
টিংৰাইত আয়োজন কৰা শ্ৰীশ্ৰী গণেশ পূজা মহোৎসৱ স্থলীত উপস্থিত হয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা...
ડીસાના ઝેરડા ગ્રામ પંચાયતના સરપંચ પતિનો તલાટી પર ગુસ્સો વરસ્યો વિડીયો વાયરલ..
ડીસા તાલુકાના ઝેરડા ગામે સરપંચ પતિ ગ્રામપંચાયતની ઓફિસમાં તલાટી સાથે બિભત્સ વર્તન કરી જેમ તેમ...
মঙ্গলদৈৰ চুহেব চবিৰ আহমেদৰ কন্ঠত এটি দেশভক্তি মূলক গীত
মঙ্গলদৈৰ চুহেব চবিৰ আহমেদ ৰ কন্ঠ নিগৰাইছে এটি দেশভক্তি মূলক গীত।
शीतल पेयजल के लिए नगर परिषद गुनौर द्वारा लगाया गया वाटर कूलर
गुनौर : नगर परिषद की ओर से नगर के बस स्टैंड पर वाटर कूलर लगाया गया। बस स्टैंड पर...