ডিব্ৰুগড় - বগীবিল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা ।এখন তীব্ৰবেগী ডাম্পাৰৰ খুণ্ডাত থিতাতে মৃত্যু হয় এজন যুৱক। যুৱকজনৰ নাম ৰঞ্জন দিহিঙ্গীয়া(28)।ঘৰ, বৰবৰুৱা বুঢ়াহজাৰ কোঁৱৰ গাওঁ। ডাম্পাৰ চালকসকলৰ অতপালি বাবেই এই ঘটনাৰ সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। ঘটনাস্থলীত উপস্থিত হৈ বৰবৰুৱা আৰক্ষীয়ে ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
चेचट तहसीलदार के लिए रिश्वत लेते हुए ईमित्र संचालक ट्रैप
कोटा ब्रेकिंग..
एसीबी की कार्रवाई
चेचट तहसीलदार के लिए रिश्वत लेते हुए ईमित्र...
સાહિત્ય, લોકસાહિત્ય, પત્રકારત્વ અને આઝાદીની લડતમાં અમૂલ્ય યોગદાન આપનારા રાષ્ટ્રીય શાયરશ્રી ઝવેરચંદ મેઘાણીની 127મી જન્મજયંતિ
રાષ્ટ્રીય શાયર શ્રી ઝવેરચંદ મેઘાણીની કર્મભૂમિ એટલે રાણપુર, ક્રાંતિકારી લડતમાં અમૂલ્ય યોગદાન આપનાર...
বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ উদ্যোগত ৩৯তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন৷ || ASSAM PATRIKA &ne⁷
বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ উদ্যোগত ৩৯তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন৷ || ASSAM PATRIKA &ne⁷