কাজিৰঙাক প্লাষ্টিকমুক্ত কৰিবলৈ এজন যুৱকৰ বিশেষ উদ্যোগ।কাজিৰঙাৰ সঞ্জয় চুব্বাই দেখুৱাইছে আদৰ্শ।কাজিৰঙাৰ দাতিকাষৰীয়া কাৰ্বি আংলঙৰ চন্দ্ৰসিং ৰংপি গাওৰ পৰা কহঁৰাৰ বগৰীজুৰি ৩৭ নং ৰাষ্ট্ৰীয় পথ সংযোগী পলিথিনৰ আৱজৰ্নামুক্ত পথটোৱে দৃষ্টি আকৰ্ষণ কৰে সকলোৰে।এয়া সম্ভৱ হৈছে কাজিৰঙাক পলিথিনমুক্তকৰণৰ উদ্দেশ্যে হাতে কামে আগবাঢ়ি অহা সঞ্জয় চুব্বা নামৰ যুৱকজনৰ বাবে। দুদিন অন্তৰে অন্তৰে পুৱাৰ ভাগত হাতত বস্তা লৈ পথটো পৰিষ্কাৰ কৰি আহিছে যুৱকজনে।লগতে পথৰ কাষত ওলমাই দিছে ডাষ্টবিন। অকলে এই কাম আৰম্ভ কৰাৰ পিছত এতিয়া দুই এজন যুৱকেও সংগ দিছে চুব্বাক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરા ના આજવા રોડ વિસ્તારમાં રાજ્યના પ્રથમ નેક્સ્ટ જનરેશન પોલીસ સ્ટેશનનું લોકાપર્ણ કરવામાં આવશે
વડોદરા ના આજવા રોડ વિસ્તારમાં રાજ્યના પ્રથમ નેક્સ્ટ જનરેશન પોલીસ સ્ટેશનનું લોકાપર્ણ કરવામાં આવશે
भानखेडा मार्गावर तरुणाची हत्या
वॉकिंगसाठी गेलेल्या तरुणाची चाकूने भोसकून हत्या करण्यात आली. ही घटना अमरावती शहरातील भानखेडा...
📌 এটা জীৱনৰ লগত হেতালি খেলিছে এওঁলোকে!
📌 এটা জীৱনৰ লগত হেতালি খেলিছে এওঁলোকে!
કોળિયાક ના મેળાનો આકાશી નજારો.
કોળિયાક ના મેળાનો આકાશી નજારો.
વાંકાનેર: મચ્છુ-૧ ડેમ માત્ર અડધો ફૂટ ખાલી, સાંજ સુધીમાં ઓવરફ્લો થઈ શકે છે.
વાંકાનેર: મચ્છુ-૧ ડેમ માત્ર અડધો ફૂટ ખાલી, સાંજ સુધીમાં ઓવરફ્લો થઈ શકે છે.
...