বাগিছাৰ কৰ্মচাৰী য়ে জংঘল কাটি থকা অৱস্থাত এটা নাহৰফুটুকী বাঘৰ পোৱালী প্রত্যক্ষ কৰে।

পিছত প্ৰকৃতিপ্ৰেমী যুবক সঞ্জীৱ ডেকাক খবৰ দিয়াত উপস্থিত হৈ ৰাইজক বাঘ পোৱালীটো মাকৰ অপেক্ষাত এৰি দিয়াৰ সিদ্ধান্ত লয়।

বাঘ পোৱালীটো কিছু সময় পিছত মাকজনীয়ে লৈ যায় বুলি যানিৱলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে।বৰ্তমান কলিয়াবৰত এনেদৰে বাঘৰ মুক্ত বিচৰনত চিন্তিত হৈ পৰিছে কলিয়াবৰবাসী।