মৰিগাঁৱত প্ৰকৃতিপ্ৰেমী যুৱকৰ চাইকেল শোভাযাত্ৰা। বুকুত *Save Tree Save Animal* শ্লোগানৰ ফেষ্টুন, লগত এখন পুৰণা ভঙা চাইকেলেৰে প্ৰায় ২২০০ কিলোমিটাৰ পথ অতিক্ৰমেৰে সুদূৰ উত্তৰাখণ্ডৰ কেদাৰনাথ ভ্ৰমন কৰি সুকলমে পালেহি ঘৰ। প্ৰদূষণ মুক্ত পৰিবেশ আৰু প্ৰকৃতিক সংৰক্ষণৰ সজাগতাৰ লক্ষ্যৰে এই দুঃসাহসীক যাত্ৰা কৰা মৰিগাঁৱৰ যুৱকজনৰ কাৰ্যই উৎসাহিত কৰিছে জিলাখনৰ প্ৰকৃতি প্ৰেমীক ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Madhya Pradesh के पूर्व मुख्यमंत्री Shivraj singh के बेटे का बड़ा बयान | BJP | Aaj Tak Latest News
Madhya Pradesh के पूर्व मुख्यमंत्री Shivraj singh के बेटे का बड़ा बयान | BJP | Aaj Tak Latest News
Watch Japan's Warplanes Shoo Off Chinese H-6 Bombers; Tensions Peak Over U.S. 'Meddling'
Watch Japan's Warplanes Shoo Off Chinese H-6 Bombers; Tensions Peak Over U.S. 'Meddling'
বিদ্যাঞ্জলী আঁচনিৰ ওপৰত মন্ত্ৰী যোগেন মহনৰ মন্তব্য
বিদ্যাঞ্জলী আঁচনিৰ ওপৰত মন্ত্ৰী যোগেন মহনৰ মন্তব্য