স্বাস্থ্য বিভাগৰ ভুৱা নিযুক্তি কেলেংকাৰীৰ অভিযোগত আন এজনক আটক। শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰপৰা আৰক্ষীয়ে আটক কৰে অভিযুক্ত লোক জনক। আটকাধীন লোকজনৰ নাম মামুদ ৰহমান বুলি জানিব পৰা গৈছে। সম্প্ৰতি সোণাৰি আৰক্ষীয়ে নিজৰ জিম্মাত লৈ সুধাপোছা অব্যাহত ৰাখিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দীপাংকৰ দাসক ঢকুৱাখনা বিধানসভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ নতুন সভাপতি দ্বায়িত্ব
দীঘলীয়া জল্পনা-কল্পনা, যুৱ নেতা-কৰ্মীৰ দীৰ্ঘদিনৰ দাবীৰ পিছত সোমবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ...
ঘিলামৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত বিশ্ব মাতৃ দুগ্ধ পাণ সপ্তাহ পালন
ঘিলামৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত বিশ্ব মাতৃ দুগ্ধ পাণ সপ্তাহ পালন।সজাগতা ৰেলী বাহিৰ ।
Google क्रोम पर मल्टीपल टैब के साथ क्रैशिंग और स्लोडाउन की नहीं आएगी परेशानी, मेमोरी यूसेज वाला नया फीचर आएगा अब काम
Chrome new tab memory usage feature कई बार एक समय पर बहुत सारे टैब्स पर काम करने के साथ स्लोडाउन...
ৰহা বালিপাৰা আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ তিনি দিনীয়া ২৯তম্ শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ২৭নবেম্বৰৰ পৰা।
'শৰৎ কালৰ ৰাত্ৰী অতি বিতোপন ।
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।।
সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ...