মৰাণ চামগূৰী গাওঁৰ নিবাসী, প্ৰবীন কংগ্ৰেছ কৰ্মী আৰু কংগ্ৰেছ দলৰ খোৱাং ব্লক সমিতিৰ প্ৰাক্তন সভাপতি শ্ৰীযুত পাউলোচ্ ঘাটোৱাৰ ডাঙৰীয়াই আজি মৰাণ সমষ্টিৰ চক্ৰধৰ গগৈৰ কাৰ্যালয়ত BJP দলত যোগদান কৰে ।তেখেতৰ যোগদানৰ সময়ত খোৱাং মণ্ডল BJP ৰ সভাপতি খীৰোদ দুৱৰা ঊপস্হিত থাকে ৷
খোৱাং ব্লক সমিতিৰ প্ৰাক্তন সভাপতি পাউলোচ্ ঘাটোৱাৰ বিধায়ক চক্ৰধৰ গগৈৰ বাসগৃহত BJP ত আনুষ্ঠানিক যোগদান

