নিজে পঢ়া পঢ়াশালীখনক সহায় সহযোগিতা কৰিবলৈ পোৱাতো সৌভাগ্যৰ কথাহে। বিদ্যাঞ্জলী আঁচনি সন্দৰ্ভত নগাঁও লোকসভাৰ সাংসদ গৰাকীয়ে কয়যে মই এইয়া ধিক্কাৰ জনক কাৰ্য্য বুলি নেভাবোঁ ।