উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই মঙ্গলবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে উত্তৰ লখিমপুৰ পৌৰসভাৰ বিৰুদ্ধে। পৌৰসভা কাৰ্য্যালয়ৰ সন্মুখত মানব শৃংখল কাৰ্য্যসূচীৰে সংগঠনটোৰ কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰিলে পৌৰসভা খনৰ পৌৰপতি আৰু উপ পৌৰপতিৰ বিৰুদ্ধে । লখিমপুৰ চহৰ খনৰ নলা নৰ্দমা সমূহৰ জাবৰ নিষ্কাশন , পদ্ধতিগত ভাবে নলা নৰ্দমা সমূহৰ নিৰ্মাণ, স্ট্ৰীট লাইটৰ ব্যবস্থা কৰা আৰু সোমদিৰী -গৰীয়াজানৰ বেদখল উচ্চেদ কৰা _ এই দাবী সমূহ লৈ ছাত্ৰ সন্থাৰ কৰ্মী সকলে সাব্যস্ত কৰিলে প্ৰতিবাদ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બીગ બ્રેકીગ - રાજુલા ના કોસ્ટલ બેલ્ટ વિસ્તારમાં ઘોઘમાર વરસાદ શરૂ
બીગ બ્રેકીગ - રાજુલા ના કોસ્ટલ બેલ્ટ વિસ્તારમાં ઘોઘમાર વરસાદ શરૂ
અમદાવાદ રેલવે સ્ટેશન પર સાઈડ કોર્નર પર છત નો અમુક ભાગ તૂટી પડ્યો. કોઈ જાન હાની નહિ #sms01
અમદાવાદ રેલવે સ્ટેશન પર સાઈડ કોર્નર પર છત નો અમુક ભાગ તૂટી પડ્યો. કોઈ જાન હાની નહિ #sms01
गुमानपुरा क्षेत्र में पुरानी रंजिश में चाकूबाजी एक घायल एमबीएस अस्पताल में भर्ती
गुमानपुरा थाना क्षेत्र में देर रात पुरानी रंजिश में युवक को बदमाशो ने मारे चाकू एमबीएस अस्पताल...
Rahul Gandhi defaming and insulting India in USA : Chugh
Anti-national agenda is Rahul Gandhi's top priority: Chugh
BJP national general secretary...