কাৰ্বি-আংলঙৰ শিলনীজানত ভয়ংকৰ পথ দুৰ্ঘটনা। শিলনীজানৰ দিলাংছ’ত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় শ্ৰমিক কঢ়িয়াই অনা এখন বাছ। বোকাজানৰ পৰা চাহ শ্ৰমিকক কঢ়িয়াই অনা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰি পথৰ দাঁতিৰ পুখুৰীত বাগৰি পৰে। বাছখনত কমেও ৪৫ জন যাত্ৰী আছিল। উক্ত শিহৰণকাৰী ঘটনাত ৩৫ জন লোক আহত হয়। ইয়াৰে কেইবাজনো যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত সকলক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ইয়াৰে কেইবাজনকো উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিতেললৈ প্ৰেৰণ কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Monsoon Session 2023: संसद में कामकाज के एक मिनट का खर्च है ढाई लाख से ज्यादा
Parliament Monsoon Session 2023: संसद में 20 जुलाई से मानसून सत्र जारी है, जो 11 अगस्त, 2023...
કડીમાં પોલીસનો દરોડો: LCBએ ખેતરમાં જૂગાર રમતા 6 ઈસમોને ઝડપી પાડ્યા, જાણો કોણ કોણ પકડાયું
કડી : કડી તાલુકાના ડરણ ગામે ખુલ્લા ખેતરમાં જુગાર રમતા છ ઈસમોને LCBએ ઝડપીને પોલીસ સ્ટેશનમાં ગુનો...
Pune Heavy Rain updates : पुण्यात मध्यरात्री झालेल्या मुसळधार पावसाने शहराची अशी दैना उडवली
Pune Heavy Rain updates : पुण्यात मध्यरात्री झालेल्या मुसळधार पावसाने शहराची अशी दैना उडवली
તલાટીઓની હડતાલ સમેટાઈ દાહોદજિલ્લા તલાટી મંડળના પ્રમુખના આદેશથી ફતેપુરા તાલુકા તલાટીઓ કામગીરી જોતરાયા
તલાટીઓની હડતાલ સમેટાઈ દાહોદજિલ્લા તલાટી મંડળના પ્રમુખના આદેશથી ફતેપુરા તાલુકા તલાટીઓ કામગીરી જોતરાયા
कमल खत्री अध्यक्ष, कपिल सेवानी सचिव निर्वाचित: सिंधु यूथ सर्कल के वर्ष 2025-26 के चुनाव सम्पन्न
सिंधु यूथ सर्कल कोटा के 2025-26 सत्र के चुनाव संपन्न हुए। मुख्य चुनाव अधिकारी जितेंद्र साधवानी,...