মৰাণ মহাবিদ্যালয়ত এবিভিপিৰ মৰাণ মহাবিদ্যালয় গোটৰ তৰফৰ পৰা Dustbin প্ৰদান

মৰাণ মহাবিদ্যালয়খনক এখন স্বচ্ছ আৰু নিকা মহাবিদ্যালয় হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত অতীতৰ পৰাই এবিভিপিয়ে লক্ষ্য হিচাপে লৈ কাম কৰি আহিছে । ঠিক একে লক্ষ্যৰে কালিলৈৰ পৰা "অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ" #ABVP মৰাণ মহাবিদ্যালয় গোটৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ প্ৰত্যেকটো বিভাগত একোটাকৈ Dustbin প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।