ফটোগ্ৰাফাৰ মাৰ্চেলা জুলিয়া পেচে ধৰি ৰাখিলে চন্দ্ৰৰ ৪৮টা ৰং। ফটো গ্ৰাফাৰ জনকচন্দ্ৰৰ এই বিৰল ৰূপ ধৰি ৰাখিবলৈ তেওঁৰ সময় লাগিল ১০ বছৰ।