# দৰঙত cyber crime ৰ বৃহৎ কেলেংকাৰী।

# মঙলদৈ কানাড়া বেংক ত 65 লাখ টকাৰ সন্দেহ জনক লেনদেন 

# খাৰুপেটীয়া যুৱক নুৰ হাফিজ নামৰ এজনৰ একাউণ্ট এটাৰ জৰিয়তে এই লেনদেন বহিঃ ৰাজ্যৰ অচিনাকি ব্যক্তিৰ সৈতে পোৱা গৈছে 

# বেংকৰ কৰ্তৃপক্ষই মঙলদৈ আৰক্ষী ক অৱগত কৰাৰ পিছত খাৰুপেটীয়াৰ পৰা যুৱক নুৰ হাফিজ ক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ

# যুৱক জনে প্ৰাথমিক জেৰাত লেনদেন ৰ কথা স্বীকাৰ কৰে যদিও সঠিক উদ্দেশ্য এতিয়াও আৰক্ষীয়ে উদ্ধাৰ কৰিব সক্ষম হোৱা 

# এই টকাৰ লেনদেন ত আঠ জন লোক জড়িত থকাৰ সন্দেহ লগতে সন্দেহ জনক বেংকৰ পাচবুক পৰীক্ষা আৰক্ষীৰ 

# দুখীয়া দৰিদ্ৰ যুৱক জনে কানাড়া বেংকত ইমান টকা লেনদেন কৰিব কত পালে কোন উৎসহ ৰ পৰা টকা খিনি আহিছিল সেইটো এতিয়াও আৰক্ষীৰ নিৰক্ষনত আছে শীঘ্ৰে সঠিক তদন্তৰে অপৰাধী ধৰা পৰিব বুলি দৰঙ আৰক্ষীয়ে জানিব দিয়ে