দক্ষিণ মাজুলীৰ দিলজলি গাৱত জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত দোষী জগত দাসক যাৱজ্জীৱন কাৰাদণ্ড ৷
ছেচন কেছ নম্বৰ ৩৪/১৫ আচামি জগত দাসে ২০১৫ বৰ্ষৰ ৬ জুনত দক্ষিণ মাজুলী থানাৰ অন্তৰ্গত দিলজলি গাৱৰ তিলেশ্বৰ শইকীয়াক ৰাতি বেৰ কাটি ডিঙি চেপি হত্যা কৰাৰ অপৰাধত আৰক্ষীয়ে তদন্ত কৰি ভাৰতীয় দণ্ডবিধিৰ ৩৭৬আৰু ৩০২ আধাৰত অভিযোগ পত্ৰ দাখিল কৰাৰ পিছত আজি মাজুলীৰ মাননীয় ছেচন ন্যয়াধীষে দুষি জগত দাসক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে ১০ হাজাৰ টকাৰ দিবলৈ হুকুম দিয়ে ৷