এগৰাকী অসমীয়া কৃষকৰ কষ্টৰ ফল। ৪০ বিঘা মাটিত গঢ়ি তুলিছে চালে চকুৰোৱা ঘৰ আৰু কৃষিপাম। সবিশেষ জানিবলৈ মন যোৱা নাই নে আপোনাৰ। চাওকচোন এই প্ৰতিবেদন।