অবৈধ্য অস্ত্ৰৰ ঘাটিলৈ ৰূপান্তৰিত হৈছে নেকি শোণিতপুৰৰ গুদামঘাট অঞ্চল। মদ ভাং জোৱাৰ সমান্তৰালভাৱে অঞ্চলটোত যেন সুলভ হৈ পৰিছে মাৰনাস্ত্ৰ।উল্লেখ্য যে জিলাখনৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গুদামঘাট মিৰিৰ এঘৰ মানুহৰ ঘৰত সংঘটিত হৈছে গুলিচালনাৰ ঘটনা। গুদামঘাত মিৰিৰ হজৰত আলি নামৰ এজন লোকৰ ঘৰত ব্যৱসায় সংক্ৰান্তত কাচাৰ জিলাৰ পৰা অহা চালেহ আহমেদ আৰু ফাৰহাজ চিদ্দিক নামৰ ব্যক্তি বাহৰ পাতি আছিল। তেনে সময়তে সেই গাওঁৰে সুৰজ আলি নামৰ যুবকজনে ফাৰহাজ চিদ্দিকৰ সৈতে কথাপাতি থাকোতেই চালেহ আহমেদে সুৰজ আলিলৈ লক্ষ্য কৰি ২ জাই গুলি কৰে আৰু যদিও কোনমতে প্ৰানৰক্ষা পৰা সুৰজ আলিয়েও চোকা অস্ত্ৰৰে চালেহ আহমেদক প্ৰহাৰ কৰে। গুলিৰ শব্দ শুনি হুৱা দুৱা লাগে অঞ্চলটোত আৰু স্থানীয় ৰাইজে উপস্থিত হৈ দুয়োজনকে গনপ্ৰহাৰ দি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে দুয়োজনকে আটক কৰিছে যদিওঁ দুয়োজনকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে চালেহ আহমেদৰ পৰা এটা ০.২২ ৰিভলভাৰ,৪ জাই সজীৱ গুলি জাই খালী গুলিৰ কেচ,এখন চুৰি আৰু এখন ডাষ্টৰ গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে 154/2022 ,120(B)/448/307/IPC, 25(1A)/27 Arms Act অন্তৰ্গত গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে তদন্ত আৰাম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बरहा मोड़ के पास बाइक से भैंस टकरा जाने से बाइक चालक सहित एक अन्य व्यक्ति घायल
गुनौर : एफ आर वी स्टाफ ने जानकारी देते हुए बताया कि गोपाल चौधरी द्वारा 100...
PORBANDAR પોરબંદર ચેમ્બર ઓફ કોમર્સના પદાધિકારીઓ સામે ગોલમાલના આક્ષેપ 03 11 2022
PORBANDAR પોરબંદર ચેમ્બર ઓફ કોમર્સના પદાધિકારીઓ સામે ગોલમાલના આક્ષેપ 03 11 2022
ડીસાના બલોધરમાં પ્રસુતાને કરંટ લાગતાં મોત
ડીસા તાલુકાના બલોધર ગામે બુધવારે ખેતરમાં પશુઓ માટે ઘાસચારો વાઢી રહેલી પ્રસુતાને કરંટ લાગતાં...
MP News: सतना में बरातियों से भरी बस पलटी, दो की मौत, 20 से ज्यादा गंभीर घायल
MP News: सतना में बरातियों से भरी बस पलटी, दो की मौत, 20 से ज्यादा गंभीर घायल
सतना में...
ಮಹಾರಾಷ್ಟ್ರದಲ್ಲಿ ಭಾರೀ ಮಳೆ ಹಿನ್ನೆಲೆ: ಮುನ್ನೆಚ್ಚರಿಕೆ ಕ್ರಮವಾಗಿ ಆಲಮಟ್ಟಿ ಜಲಾಶಯದಿಂದ 1.25 ಲಕ್ಷ ಕ್ಯುಸೆಕ್ ನೀರು ರಿಲೀಸ್
ಮಹಾರಾಷ್ಟ್ರದಲ್ಲಿ ಭಾರೀ ಮಳೆ ಹಿನ್ನೆಲೆ: ಮುನ್ನೆಚ್ಚರಿಕೆ ಕ್ರಮವಾಗಿ ಆಲಮಟ್ಟಿ ಜಲಾಶಯದಿಂದ 1.25 ಲಕ್ಷ ಕ್ಯುಸೆಕ್...