নাগাৰা নামৰ প্ৰখ্যাত শিল্পী হেমকান্ত ডেকাৰ মৃত্যু।
হেমচন্দ্ৰ ডেকাৰ ঘৰ মঙ্গলদৈ মেধিপাৰাত।
সোমবাৰে পুৱা শিল্পী গৰাকীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন অৱস্থাত মৃত্যু।
ডেকাৰ মৃত্যুত সাংস্কৃতিক জগতৰ অপুৰনীয় ক্ষতি।
শিল্পী গৰাকীৰ মৃত্যুত বিভিন্ন দল সংগঠনৰ গভীৰ শোক প্ৰকাশ।