মুখ্যমন্ত্ৰীয়ে কিয় পৃষ্ঠপোষকতা কৰিছে ব্যক্তিগতখণ্ডৰ বিদ্যালয়ক। স্কুলখনে কাৰ স্বাৰ্থ পূৰণ কৰিব?’মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ স্কুল সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া দেবব্ৰত শইকীয়াৰ ।
■ ৬০ বিঘা মাটিত আমিনগাঁৱত এখন প্ৰাইভেট স্কুলৰ নাম#Vandya_International_School ,
■ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ দামী স্কুল বুলি চৰ্চা।