হোজাই পৌৰসভাত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে অবশেষত তদন্ত কৰিবলৈ গুৱাহাটীৰ আহিল দল। মুঠৰ ওপৰত দৰ্জিছিত অঞ্চলৰ ডাম্পিং গ্ৰাউণ্ডত জাবৰ একত্ৰিত কৰনৰ নামত সংঘটিত হৈছিল 32 লাখ টকাৰ দুৰ্নীতি। ইতিমধ্যে উক্ত কামৰ নামত উঠাই নিছে প্ৰায় 20 লাখ টকা। নিবিদা নোহোৱাকৈ পৌৰসভাৰ নীতি নিয়মক অংগুষ্ঠ প্ৰদৰ্শনেৰে কৰা এই কামৰ বিৰুদ্ধে অভিযোগ দিয়াৰ লগতে উত্থাপন কৰা হৈছিল তদন্তৰ। সেইমতে আজি পৌৰসভাত উপস্থিত হৈ উক্ত কামৰ তদন্ত কৰে DIRECTOR কাৰ্য্যলয়ৰ EXCUTIVE বিষয়া ৰিমিচা চৌধুৰী আৰু সহকাৰী অভিযন্তা অনুৰাগ গোহাঁইয়ে। লগতে দৰ্জিছিত স্থিত দাম্পিং গ্ৰাউণ্ডলৈ গৈ তদন্ত চলাই। ইয়াৰ পিছত তদন্তকাৰী বিষয়া সকলে পৌৰসভাৰ দণ্ডাধীশ অসীমজ্যোতি কলিতাৰ কক্ষত বহি নথি পত্ৰ নিৰীক্ষণ কৰে। সেই সময়ত পৌৰনেত্ৰী চতুৰ্থীৰানী বিশ্বাস সহ দণ্ডাধীশ গৰাকী কক্ষটোত উপস্থিত আছিল। পৰবৰ্তী সময়ত কামটোৰ কেইবাটাও ফাইল জব্দ কৰি লৈ যোৱা দেখা যায়। আনহাতে তদন্তকাৰী বিষয়া গৰাকীয়ে তদন্তৰ প্ৰতিবেদন গুৱাহাটীত দিব বুলিও কৰে মন্তব্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મોરદેવી ગામમાં પાંચથી વધુ જંગલી ભૂંડના મોત.
તાપી જિલ્લાના વાલોડ તાલુકા મોરદેવી ગામમાંથી જંગલી જાનવરો મારવા માટે હાથ બનાવટોના વિસ્ફોટક પદાર્થ...
अग्नीवीर भरती दरम्यान
धावताना तरुणाचा मृत्यू.
औरंगाबाद :- शैलेंद्र खैरमोडे
भारतीय सैन्यात भरती होण्यासाठी औरंगाबादेत 13 ऑगस्टपासून...
Youtuber Manish Kashyap पर एक और FIR, ऐसा क्या किया? ECI | Supreme Court
Youtuber Manish Kashyap पर एक और FIR, ऐसा क्या किया? ECI | Supreme Court
1200 करोड़ की लागत से बनीं नई संसद की टपकने लगी छत, कांग्रेस ने सवाल उठाते हुए दिया ये नोटिस
दिल्ली में बुधवार को हुई बारिश के बाद संसद भवन में भी जलभराव हो गया। इसी को लेकर कांग्रेस ने...
भारत ने कोविड-19 महामारी के दौरान 180 से अधिक देशों को दी दवाइयां और टीके: स्वास्थ्य मंत्री मनसुख मांडविया
विश्व स्वास्थ्य दिवस पर, केंद्रीय स्वास्थ्य मंत्री मनसुख मंडाविया ने कहा कि 'वसुधैव कुटुम्बकम'...