শিৱসাগৰত চৰকাৰী কৰ্মচাৰীৰ প্ৰতিবাদ।নতুন পেঞ্চন ব্যৱস্থা (NPS) বিৰুদ্ধে বিভিন্ন চৰকাৰী বিভাগ তথা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবী।শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি প্ৰতিবাদ নতুন পেঞ্চন ব্যৱস্থাৰ বিৰুদ্ধে।