মান্দাকাটাৰ যুৱ সমাজকৰ্মী তথা বিজেপি দলৰ জ্যেষ্ঠ কৰ্মী আমিনুল হকক বিজেপি সংখ্যালঘু মৰ্চাৰ বেজেৰা মণ্ডলৰ সভাপতি নিযুক্তি ৷
দীৰ্ঘদিন ধৰি বিজেপি দলৰ হৈ সেৱা আগবঢ়াই অহা মান্দাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ মান্দাকাটাৰ যুৱ সমাজকৰ্মী আমিনুল হকক সংখ্যালঘু মৰ্চাৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি ৰাজীৱ আহমেদ স্বাক্ষৰিত এক পত্ৰযোগে এই দায়িত্ব প্ৰদান কৰা হয় ৷