আজি বঙাইগাওঁ চহৰ স্থিত হোটেল জাহ্নৱীত ইনৰ হুইল ক্লাব আৰু অখিল ভাৰতীয় মাৰৱাৰী সন্মিলনী উদ্যোগত আৰু লোৱাৰ আসাম diabetes সহযোগত স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয় ।

উক্ত সভাত সমল ব্যক্তি হিচাবে উপস্থিত থাকি dr B chhawchharia, dr T Das অাৰু dr সমিক দেৱে উপস্থিত জনসাধাৰণক স্বাস্থ্য সম্পৰ্কত নিজৰ নিজৰ মন্তব্য আগবঢ়ায় সজাগ কৰে ।