এইবাৰ প্ৰতিবাদত নামিল কোমোৰাকটা আৰু ঠেপলাগুৰি গাঁওৰ ৰাইজ ।বানত সম্পূৰ্ণ বাসগৃহ অতি যোৱাৰ পাছতো পোৱা নাই বান সাহাৰ্য্য । অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনায় বান সাহাৰ্য্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ধনী পৰিয়াল লোক সকলৰ । কোনো ধৰণৰ বানত গৃহ ক্ষতি নোহোৱা অথচ পকীঘৰ থকা লোকে বান সাহাৰ্য্য লাভ কৰে । সেয়েহে গাঁও বাসীৰ চৰকাৰক তদন্তৰ আহ্বান জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'বিজেপি এখন মিছা প্ৰতিশ্ৰুতি দিয়া চৰকাৰ'- চৰাইদেউ জিলা যুৱ কংগ্ৰেছ
'বিজেপি এখন মিছা প্ৰতিশ্ৰুতি দিয়া চৰকাৰ'- চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ মৰাণত হোৱাৰ এখন সংবাদমেলত...