মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তে থ্ৰী নট্ থ্ৰী ৰাইফলেৰে গুলীয়াই আত্মহনন গৃহৰক্ষী জোৱানৰ।মৰিগাঁও আৰক্ষী অধীক্ষক ৰ কাৰ্যালয়ৰ পহৰাদাৰ আছিল গৃহৰক্ষী জোৱান ৰন্টু মেধি । মুৰত গুলীয়াই আত্মহত্যা ৰন্টু মেধিৰ । দিনৰ ১১-৩০ মান বজাত দুুুৰ্ঘটনাটো সংঘটিত কৰে মৰিগাঁৱৰ কাঁহিবাৰীৰ ৰন্টু মেধিয়ে । ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা নাই যদিও আৰক্ষীয়ে ঘটনা সংঘটিত কৰা ৰাইফলটো জব্দ কৰি ঘটনাৰ তদন্ত চলাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Get Clear and Glowing Skin This Winter (4 Step Ayurvedic Routine) | Fit Tuber Hindi
Get Clear and Glowing Skin This Winter (4 Step Ayurvedic Routine) | Fit Tuber Hindi
કલ્યાણપુર- ભાટીયા પંથક માં સવાર થી વરસાદી માહોલ,ધીમી ધારે વરસાદ
કલ્યાણપુર- ભાટીયા પંથક માં સવાર થી વરસાદી માહોલ,ધીમી ધારે વરસાદ
जल्लोष स्वातंत्र्याच्या 75 व्या अमृत महोत्सवाचा
औरंगाबाद (अप्पासाहेब गोरे)स्वातंत्र्याचा अमृतमोहत्सव निमित्त टाकळी कदीम ता. गंगापूर येथे गावकरी...
খোৱাংত বিজেপি খোৱাং মণ্ডলৰ কিষান মৰ্চাৰ সভাপতি দ্বিজেন চেতিয়াৰ নেতৃত্বত কৰ্মী সভা অনুষ্ঠিত।
ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহচক্ৰবিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত খোৱাঙত ভাৰতীয় জনতা পাৰ্টিৰ খোৱাং মণ্ডল...
3 Easiest Homemade Weight Gain Shakes | Gain Weight in 15 Days| Yatinder Singh
3 Easiest Homemade Weight Gain Shakes | Gain Weight in 15 Days| Yatinder Singh