১/ মহেঞ্জদাৰো ক'ত অবস্থিত ?
উ:- পাকিস্থান
২/ হৰপ্পা ক'ত অবস্থিত ?
উ:- পাকিস্তনৰ পঞ্জাবত
৩/ মহেঞ্জদাৰোত গৃহ , ঘৰ আদি নিৰ্মাণ কৰিবলৈ কি ব্যৱহাৰ কৰিছিল ?
উ:- পোৰা মাটিৰ ইটা
৪/ হিন্দু ধৰ্মৰ বেদৰ সংখ্যা কিমান ?
উ:- চাৰিখন
৫/ হিন্দু ধৰ্মৰ চাৰিখন বেদ কি কি ?
উ:- ঋগবেদ , সামবেদ , যুযুৰ্বেদ , অথৰ্বেদ
৬/ চাৰিখন বেদৰ ভিতৰত সৰ্ববৃহৎ বেদ কোনখন ?
উ:- ঋগবেদ
৭/ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল ?
উ:- গৌতম বুদ্ধ
৮/ গৌতম বুদ্ধই জন্মগ্ৰহণ কৰা ঠাইখনৰ নাম কি ?
উ:- লুম্বিনী ( নেপাল )
৯/ গৌতম বুদ্ধৰ পূৰ্বৰ নাম কি আছিল
:- সিদ্ধাৰ্থ গৌতম
১০/ গৌতম বুদ্ধৰ মাতৃৰ নাম কি আছিল ?
উ:- মহামায়া