টিংখাঙৰ নেমুপথাত ৩০ সংখ্যক নেপালী ভাষা মান্যতা দিৱস পালন। অসম গোৰ্খা সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত নেমুপথাৰ শাখা সমিতিৰ আতিথ্যত আজি নেমুপথাৰ হাইস্কুল খেলপথৰ প্ৰাংঙ্গনত দিনজোৰা বৰ্ণাঢ্য কায্যসূচীয়ে ৩০ সংখ্যক নেপালী ভাষা মান্যতা দিৱস পালন কৰা হয় । এই উপলক্ষে জ্যেষ্ঠ বিশিষ্ট সমাজ সংগঠক-অৱসৰপ্ৰাপ্ত শিক্ষকক সকলক অভিনন্দন জনোৱা লগতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়। উল্লেখ্য যে, ১৯৯২ চনৰ ২০ আগষ্টত ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হৈছিল ভাৰতীয় নেপালী গোৰ্খা সকলৰ ভাষা। এই বিশেষ দিনটোক স্মৰণ কৰিবলৈ প্ৰতি বছৰে পালন কৰি অহা হৈছে ভাষা মান্যতা দিৱস।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વિધાનસભા સામાન્ય ચુંટણી 2022: પાટણ જિલ્લા માં વિધાનસભાની ચાર બેઠકો માટે રવાના કરાયા EVM
પાટણ, રાધનપુર
વિધાનસભા સામાન્ય ચૂંટણી-2022: પાટણ જિલ્લામાં વિધાનસભાની ચાર બેઠકો માટે રવાના...
Viral Video: SpiceJet की फ्लाइट में 1 घंटे तक नहीं चला AC, लोगों की बिगड़ी तबीयत | Aaj Tak News
Viral Video: SpiceJet की फ्लाइट में 1 घंटे तक नहीं चला AC, लोगों की बिगड़ी तबीयत | Aaj Tak News
शंभर रुपयांच्या कारणावरून एकास मारहाण ग्रामीण पोलिसात गुन्हा दाखल
शंभर रुपयांच्या कारणावरून एकास मारहाण ग्रामीण पोलिसात गुन्हा दाखल