টিংখাঙৰ নেমুপথাত ৩০ সংখ্যক নেপালী ভাষা মান্যতা দিৱস পালন। অসম গোৰ্খা সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত নেমুপথাৰ শাখা সমিতিৰ আতিথ্যত আজি নেমুপথাৰ হাইস্কুল খেলপথৰ প্ৰাংঙ্গনত দিনজোৰা বৰ্ণাঢ্য কায্যসূচীয়ে ৩০ সংখ্যক নেপালী ভাষা মান্যতা দিৱস পালন কৰা হয় । এই উপলক্ষে জ্যেষ্ঠ বিশিষ্ট সমাজ সংগঠক-অৱসৰপ্ৰাপ্ত শিক্ষকক সকলক অভিনন্দন জনোৱা লগতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়। উল্লেখ্য যে, ১৯৯২ চনৰ ২০ আগষ্টত ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হৈছিল ভাৰতীয় নেপালী গোৰ্খা সকলৰ ভাষা। এই বিশেষ দিনটোক স্মৰণ কৰিবলৈ প্ৰতি বছৰে পালন কৰি অহা হৈছে ভাষা মান্যতা দিৱস।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
व्यक्तिगत लाभ की योजना की क्रियान्वित में कौताही नहीं बरतें अधिकारी - जिला कलक्टर
जिला कलक्टर अक्षय गोदारा ने शुक्रवार को ग्रामीण विकास एवं पंचायतीराज विभाग की विभिन्न योजनाओं,...
Koregaon Bhima | कोरेगाव भीमा प्रकरणात आता ईडीची एंट्री !;पाहा व्हिडिओ
Koregaon Bhima | कोरेगाव भीमा प्रकरणात आता ईडीची एंट्री !;पाहा व्हिडिओ
#গোলাঘাট আমলাপট্টিত পৌৰসভাই জাননী অবিহনেই ৰাইজৰ ৱাল ভাঙি ৰাস্তা আৰু ড্ৰেন বনোৱাক লৈ ক্ষোভিত হৈ পৰিছে
#গোলাঘাট আমলাপট্টিত পৌৰসভাই জাননী অবিহনেই ৰাইজৰ ৱাল ভাঙি ৰাস্তা আৰু ড্ৰেন বনোৱাক লৈ ক্ষোভিত হৈ...
રેલિંગની મરામત એક વર્ષ બાદ પણ અધૂરી ત્યાં આવી નવી આફત હવે તંત્ર શું કરશે ?
રેલિંગની મરામત એક વર્ષ બાદ પણ અધૂરી ત્યાં આવી નવી આફત હવે તંત્ર શું કરશે ?
આમ આદમી પાર્ટીના ઉમેદવારને ડભોઇ વિધાનસભા મત વિસ્તારમાં બહોળો પ્રતિસાદ મળી રહ્યો છે...
આમ આદમી પાર્ટીના ઉમેદવારને ડભોઇ વિધાનસભા મત વિસ્તારમાં બહોળો પ્રતિસાદ મળી રહ્યો છે...