আজি নেপালী ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্তহোৱাৰ৩০ সংখ্যক মান্যতাদিৱস উপলক্ষে মৰানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মৰান আঞ্চলিক সমিতিৰ সভাপতি গণেশ লামাই সদৌ অসম নেপালী ভাষী জন গণলৈ শুভেচ্ছা জনাই।
৩০সংখ্যক নেপালী ভাষা মান্যতা দিৱস উপলক্ষ্যত আজি মৰানত আগচুৰ মৰান আঞ্চলিক সমিতিৰ সভাপতিৰ শুভেচ্ছা।

