ৰঙিয়া বাছষ্টেণ্ড স্থিত বিষ্ণু মন্দিৰ প্ৰাংগনত আজি বৰ্নাঢ্য কাৰ্যসূচীৰে উলহ মালহৰে উৎযাপন কৰা হৈছে ৭৪ সংখ্যক শ্ৰী কৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমী। দিনজোৰা কাৰ্যসূচীৰে উৎযাপন কৰা হৈছে এই উৎসৱ। সন্ধিয়া ভাগত উপস্থিত থাকে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। পুৱাৰে পৰা অগণন গক্তৰ সমাগম ঘটিছে এই উৎসৱত। দিনৰ ভাগত চিত্ৰাংকন প্ৰতিযোগিতা , শিশু শ্ৰী কৃষ্ণ প্ৰতিযোগিতা ইত্যাদি অনুষ্ঠিত কৰা হয়। নিশালৈ আমন্ত্ৰণ কৰি অনা নাগাৰা নাম উপভোগ কৰিব ভক্তপ্ৰাণ ৰাইজে।
ৰঙিয়া বাছষ্টেণ্ড স্থিত বিষ্ণু মন্দিৰ প্ৰাংগনত বৰ্নাঢ্য কাৰ্যসূচীৰে উলহ মালহৰে উৎযাপন কৰা হৈছে ৭৪ সংখ্যক শ্ৰী কৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমী।

